অসমশীৰ্ষ

ৰহা টোল গেট মুকলি

ৰহা, প্ৰথম খবৰ: আজিৰ পৰা পুনৰ মুকলি হ’ল ৰহা টোল গেট। ৰহা টোলগেটক লৈ তৎপৰ হোৱা দেখা পোৱা গৈছে নগাঁও জিলা প্ৰসাশন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক আৰু ৰহাৰ বিভিন্ন দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদক নেওচি আজিৰ পৰা মুকলি হ’ল এই টোলগেট। বৰ্তমান আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰে ভৰাই তোলা হৈছে এই টোলগেটস্থান।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close