অসম

ৰাজ্যজুৰি অংগনবড়ী কৰ্মীৰ উত্তাল প্ৰতিবাদ

নিউজ ডেস্ক, প্ৰথম খবৰ: প্ৰাপ্য আদায়ৰ দাবীত অংগনবড়ী কৰ্মীয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে। ইতিমধ্যে প্ৰতিবাদকাৰীসকলে মহানগৰী গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত অৱস্থান কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close