অসমশীৰ্ষ

ৰাজ্যৰ প্ৰশাসনত সালসলনি

নিউজ ডেস্ক, প্ৰথম খবৰ: শুক্ৰবাৰে ডব্লিউ পি টি আৰু বি চি বিভাগৰ পৰা অব্যাহতি দি ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ লগতে পাৰ্বত্য উন্নয়ন আৰু ভূমি সংৰক্ষণৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হয় ডব্লিউ পি টি আৰু বি চি বিভাগৰ বিষয়া ৰাজীৱ কুমাৰ বৰাক। আনহাতে উচ্চ শিক্ষা বিভাগৰ পৰা অব্যাহতি দি বিত্ত বিভাগৰ সচিবৰ দায়িত্ব প্ৰদান কৰা হয় ভি বি প্যাৰেলালক। লগতে অজয় তিৱাৰীক শ্ৰমিক কল্যাণৰ সচিবৰ দায়িত্ব প্ৰদান কৰাৰ লগতে উচ্চ শিক্ষাৰ প্ৰধান সচিবৰ দায়িত্ব দিয়া হয় মুনিন্দ্ৰ সিঙক।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close