অসমশীৰ্ষ

অসমৰ সমাজ কল্যাণ বিভাগত জোকাৰণি

নিউজ ডেস্ক, প্ৰথম খবৰ: এখন পত্ৰই এতিয়া জোকাৰণিৰ সৃষ্টি কৰিছে অসমৰ সমাজ কল্যাণ বিভাগত। সমাজ কল্যাণৰ প্ৰাক্তন সঞ্চালক মিনাক্ষী সুন্দৰমে কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰাৰ পিছতেই হুৱা-দুৱা লাগে অসমৰ সমাজ কল্যাণ বিভাগত। এই পত্ৰত উল্লেখ কৰা অনুসৰি অসমৰ অংগণবাড়ী কেন্দ্ৰত ১৪ লাখ ভুৱা শিশু আছে আৰু এই বিভাগটোৱে কেন্দ্ৰৰ পৰা দৈনিক ১ কোটি ১০ লাখ টকা লুটি আহিছে। এই ঘটনাৰ পিছতেই অসমৰ বৰ্তমানৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই অসমত ৯ লাখ ভুৱা শিশু থকাৰ কথা স্বীকাৰ কৰিছে।

Related Articles

Leave a Reply

Close