অসমশীৰ্ষ

অসম বন্ধ আহ্বানকাৰীৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা, হীৰেন নাথ

নিউজ ডেস্ক, প্ৰথম খবৰ: অসম বন্ধ আহ্বানকাৰী সকলৰ বিৰুদ্ধে আজি মন্তব্য প্ৰকাশ কৰে আৰক্ষী আয়ুক্ত হীৰেন নাথে৷ কোচ ৰাজবংশীয়ে আহ্বান জনোৱা বন্ধক লৈ মন্তব্য প্ৰকাশ কৰি এইসকলৰ বিৰুদ্ধ শীঘ্ৰে আইনী ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰে আৰক্ষী আয়ুক্ত গৰাকীয়ে৷

Related Articles

Leave a Reply

Close