অসমশীৰ্ষ

আছুৰ নেতৃত্বত বানাক্ৰান্তৰ মাজত স্বাস্থ্য সেৱা মুকলি

বাদুলিপাৰৰ পৰা পাৰ্থ প্ৰতীম বৰুৱা, প্ৰথম খবৰ: শেহতীয়াকৈ ধনশিৰিৰ বাঢ়নি পানীয়ে সমগ্ৰ খুমটাই আৰু নুমলিগড় অঞ্চলত জলপ্ৰলয় সৃষ্টি কৰাৰ ফলত উক্ত অঞ্চলৰ জীৱ শ্রেষ্ঠ মানুহকে আদি কৰি গৰু-ছাগলীৰ বিভিন্ন বেমাৰে দেখা দিয়ে। বিষেশকৈ মানৱ দেহত বিভিন্ন ৰোগে দেখা দিয়াত বন্যাৰ্তসকলে বিভিন্ন সমস্যাত ভুগীব লগা হোৱাত বন্যাৰ্তৰ গুৰুতৰ সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি আজি নুমলিগড় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নুমলিগড় তেল শোধনাগাৰ চিকিৎসালয়ৰ সহযোগত এক স্বাস্থ্য পৰিক্ষণ আৰু স্বাস্থ্য সেৱা কেন্দ্ৰ মুকলি কৰা হয়। আছু নেতৃত্বই জানিবলৈ দিয়া মতে এই স্বাস্থ্য পৰিক্ষণ শিবিৰত প্ৰায় ৫০০ ৰো অধিক বন্যাৰ্তই চিকিৎসা সেৱা গ্ৰহন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close