অসমশীৰ্ষ

ঈদ-উজ-জোহা উপলক্ষে উখল-মাখল ৰাজ্য

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উজ-জোহা। এই উৎসৱ উপলক্ষে আজি সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা পোৱা গৈছে উত্‍সাহ-উদ্দীপনা আৰু আনন্দৰ ঢৌ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ঈদগাহ ময়দানসমূহৰ ৰাজহুৱা নামাজত হাজাৰ হাজাৰ লোকে অংশ লৈ আৰম্বৰপূৰ্ণভাৱে উদযাপন কৰা দেখা পোৱা গৈছে ঈদ-উজ-জোহাৰ বিস্তৃ কাৰ্যসূচী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close