অসমশীৰ্ষ

উত্‍‍কোচ লৈ গ্ৰেপ্তাৰ পল্টন বজাৰ থানাৰ উপ-পৰিদৰ্শক

নিউজ ডেস্ক, প্ৰথম খবৰ: মঙ্গলবাৰে এজন লোকৰ পৰা উত্‍‍কোচ লৈ গ্ৰেপ্তাৰ হ’ল পল্টন বজাৰ থানাৰ উপ-পৰিদৰ্শক বীৰেন কুমাৰ বৰা। জয়ন্ত দাস নামৰ এজন লোকৰ পৰা ২০ হাজাৰ টকা উত্‍‍কোচ লোৱাৰ অভিযোগৰ ভিত্তিতেই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে বিষয়াজনক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close