অসমশীৰ্ষৰাষ্ট্ৰীয়

এচিয়ান গেমছৰ দলীয় শাখাৰ কোৱাৰ্টাৰ ফাইনেলত আৰ্চাৰ প্ৰমীলা দৈমাৰী

স্পোৰ্টচ ডেস্ক, প্ৰথম খবৰ: জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত আজি দলীয় শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় অসমৰ আৰ্চাৰ প্ৰমীলা দৈমাৰী। দীপিকা কুমাৰী আৰু অংকিতা ভকত থকা ৩ জনীয়া মহিলা দলটোৱে মংগোলিয়াৰ বিৰুদ্ধে ৫-৩ৰ ব্যৱধানত জয়লাভ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close