অসমশীৰ্ষৰাষ্ট্ৰীয়

এছিয়ান গেমছত কাইলৈ হিমা দাসৰ খেল

স্পোৰ্টচ ডেস্ক, প্ৰথম খবৰ: এছিয়ান গেমছত কাইলৈৰ খেলত অংশ ল’ব অসমৰ স্বৰ্ণকন্যা হিমা দাসে। কাইলৈ পুৱা ৮বাজি ৩০ মিনিটত  ৪০০ মিটাৰ দৌৰত অংশ ল’ব অসম সন্তান হিমাই। হিমাই এছিয়ান গেমছত ভাৰতৰ বাবে পদক অৰ্জন কৰিব বুলি সমগ্ৰ দেশেই অধিক আশাবাদী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close