খেলশীৰ্ষ

এছিয়ান গেমছৰ মহিলা কাবাডীত ভাৰতৰ জয়লাভ

স্পৰ্টচ ডেস্ক, প্ৰথম খবৰ: ১৮ সংখ্যক এছিয়ান গেমছৰ মহিলা কাবাডীত ভাৰতৰ কাবাডী দলটিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে। খেলৰ প্ৰথম ৰাউণ্ডত ৪৩-১২ৰ ব্যৱধানত জাপানৰ দলটোক পৰাস্ত কৰিলে ভাৰতে।

Related Articles

Leave a Reply

Close