আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

এছিয়ান গেম্ছত ভাৰতৰ হৈ চতুৰ্থটো স্বৰ্ণপদক অৰ্জিলে ৰাহি জীৱন সাৰ্ণবটে

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: ইণ্ডোনেচিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেম্ছত বুধবাৰে ভাৰতৰ বাবে চতুৰ্থটো স্বৰ্ণপদক আজুৰিলে ৰাহি জীৱন সাৰ্ণবটে। ২৫ মিটাৰ এয়াৰ পিষ্টল শাখাত স্বৰ্ণপদক লাভ কৰি এই পদক লাভ কৰা ভাৰতৰ প্ৰথম মহিলা শ্বুটাৰৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হয় ৰাহি জীৱন সাৰ্ণবটে। এছিয়ান গেম্ছত এতিয়ালৈকে ভাৰতে চাৰিটা সোণ, চাৰিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Close