শীৰ্ষৰাষ্ট্ৰীয়

এছিয়ান গেম্ছত ১৫ বছৰীয়া ছাৰ্দুলৰ ৰূপৰ পদক

নেচনেল ডেস্ক, প্ৰথম খবৰ: এছিয়ান গেম্ছত ভাৰতৰ হৈ আজি আন এটা ৰূপৰ পদক লাভ কৰিলে ১৫ বছৰীয়া ছাৰ্দুল বিহানে। পুৰুষৰ ডাবল ট্ৰেপ শ্বুটিঙত এই পদক জিনিলে ১৫ বছৰীয়া ছাৰ্দুলে। এইপৰ্যন্ত এছিয়ান গেম্ছত ভাৰতে ৪টা সোণ, ৪টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close