অসমশীৰ্ষ

এছিয়ান গেম্‌ছৰ মহিলা হকীৰ ফাইনেলত আজি ভাৰত আৰু জাপানৰ খেল

স্পোৰ্টচ ডেস্ক, প্ৰথম খবৰ: আজি স্বৰ্ণজয়ৰ লক্ষ্য আগত ৰাখি এছিয়ান গেম্‌ছৰ ফাইনেল খেলৰ ৰণত অৱতীৰ্ণ হ’ব ভাৰতীয় মহিলা হকী দলটো৷ ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬.৩০ বজাত জাপানৰ মুখামুখি হ’ব ভাৰতীয় দলটো। আজিৰ এই খেলত স্বৰ্ণ জয় কৰিলে সুদীৰ্ঘ ৩৬ বছৰৰ পিছত ই হ’ব এক ঐতিহাসিক বিজয়৷

Related Articles

Leave a Reply

Close