অসমশীৰ্ষ

কাৰ্বি আংলঙৰ বড়োক প্ৰদান কৰা হ’ব জনজাতিৰ মৰ্যাদা, জুৱেল ওৰাম

নিউজ ডেস্ক, প্ৰথম খবৰ: মঙ্গলবাৰে মন্ত্ৰী চন্দন ব্ৰহ্মৰ সৈতে হোৱা এক সাক্ষাতকালত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল ওৰামে কাৰ্বি আংলঙৰ বড়োক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ কথা উল্লেখ কৰে। অচিৰে জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰী চন্দন ব্ৰহ্মৰ আগত কাৰ্বি আংলঙৰ বড়োসকলৰ হকে আশ্বাস প্ৰদান কৰে জুৱেল ওৰামে।

Related Articles

Leave a Reply

Close