অসমশীৰ্ষ

কাৰ্বি পৰিষদৰ কৃষি বিভাগৰ অধীনত ইয়াৰ কৃষক ৰাইজক ট্ৰে’ক্টৰ বিতৰণ

প্ৰথম খবৰ, খেৰণি: কাৰ্বি আংলংৰ বৈঠালাংছ’ৰ মাইচামবস্তিত শনিবাৰে কৃষক ৰাইজক বিতৰণ কৰা হয় ট্ৰে’ক্টৰ৷ কাৰ্বি পৰিষদৰ কৃষি বিভাগৰ অধীনত মুখ্যমন্ত্ৰী সমগ্ৰ উন্নয়ন যোজনাৰ যোগেদি পাৰ্বত্যমন্ত্ৰী চুম ৰংহাঙে আনুষ্ঠানিকভাৱে বিতৰণ কৰে এই ট্ৰে’ক্টৰ৷ ইয়াৰ কৃষক ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰেহাই মূল্যত বিতৰণ কৰা হয় ১১ খনকৈ ট্ৰে’ক্টৰ৷ এই অনুষ্ঠানৰ যোগেদি অনাগত দিনত পুনৰ ১৪৯ খন ট্ৰে’ক্টৰ ইয়াৰ কৃষক ৰাইজক বিতৰণ কৰাৰ কথা উল্লেখ কৰে ৰংহাঙে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close