অসমশীৰ্ষ

খানাপাৰাত স্বাধীনতা দিৱসৰ কাৰ্যসূচী আৰম্ভ

নিউজ ডেস্ক, প্ৰথম খবৰ: খানাপাৰাত আজিৰে পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী। আজিৰ এই কাৰ্যসূচীত অনুষ্ঠিত হৈছে আন্তঃহাইস্কুল দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা। স্বাধীনতা দিৱস উপলক্ষে ১৪ আগষ্টত অনুষ্ঠিত হব আন্তঃ-মধ্য ইংৰাজী বিদ্যালয়ৰ চিত্ৰাংকণ প্ৰতিযোগিতা। ১৫ আগষ্ট তাৰিখে মহানগৰীৰ ছবিগৃহসমূহত ১১ বজাৰ পৰা বিনামূলীয়াকৈ দেশপ্ৰেমমূলক ছৱি প্ৰদৰ্শিত হোৱাৰ সমান্তৰালকৈ স্বচ্ছ ভাৰতক বিষয়-বস্তু হিচাপে লৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হ’ব চিত্ৰাংকণ প্ৰতিযোগিতা।

Related Articles

Leave a Reply

Close