বিনোদনশীৰ্ষ

গুৱাহাটীত বলীউড অভিনেত্ৰী কেটৰীণা কাঈফ

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: আজি গুৱাহাটীত দেখা পোৱা গ’ল বলীউডৰ  জনপ্ৰিয় অভিনেত্ৰী কেটৰীণা কাঈফক। জুৱেলাৰ্ছৰ শ্ব’ ৰূম মুকলি কৰাৰ বাবে আজি পুৱাৰ ভাগতে গুৱাহাটীত আহি উপস্থিত হয় অভিনেত্ৰীগৰাকী।  অভিনেত্ৰীগৰাকীয়ে গুৱাহাটীত আহি থিয় দিয়াৰ লগে লগে অভিনেত্ৰীগৰাকীক ওচৰৰ পৰা চাবলৈ অসংখ্য অনুৰাগীৰ ভিৰ পৰিলক্ষিত হয় আৰু মহানগৰীত খন্তেক সময়ৰ বাবে যান-বাহনৰ ট্ৰে’ফিক সমস্যাই দেখা দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close