অসমশীৰ্ষৰাষ্ট্ৰীয়

চাৰিশ মিটাৰ দৌৰৰ ছেমিফাইনেলত হিমা

স্পোৰ্টচ ডেস্ক, প্ৰথম খবৰ: এছিয়ান গেমছৰ ৪০০ মিটাৰ দৌৰত পোনপটীয়াকৈ প্ৰৱেশ লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ ধিং নিৱাসী স্বৰ্ণকন্যা হিমা হিমা দাসে। আজি সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’ব হিমা দাসৰ খেল। হিমাৰ এই খেলক লৈ এতিয়া হিমাক শুভেচ্ছা জ্ঞাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে আদি কৰি সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু দেশবাসীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close