অসমশীৰ্ষ

চৰাইদেউত উপকোষাগাৰ উদ্বোধন

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি চৰাইদেউ জিলাৰ মৰাণত উদ্বোধন কৰা হয় এটা উপ-কোষাগাৰ৷ এই কোষাগাৰৰ শুভ উদ্বোধন কৰে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনদেৱে৷ উক্ত অঞ্চলৰ ৰাইজৰ আৰ্থিক লেনদেনৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়ে চৰকাৰৰ সিদ্ধান্ত মৰ্মে উক্ত অঞ্চলত নিৰ্মাণ কৰা হয় এই কোষাগাৰ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close