অসমশীৰ্ষ

জামুগুৰিৰ শিৰোৱনিত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: জামুগুৰিৰ শিৰোৱনিত আজি উদ্ধাৰ হয় এটা বন্যহস্তীৰ মৃতদেহ৷ খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই আহি বিদ্যুত্‍স্পৃষ্ট হৈ মৃত্যুক সাবটিবলগীয়া হয় এই হাতীটোয়ে৷ কিন্তু লক্ষ্যণীয় যে বন্যহস্তীৰ মৃত্যুৰ বাতৰি পাইও বন বিভাগৰ লোক সময়মতে ঘটনাস্থলীত উপস্থিত নোহোৱাত ইয়ে বনবিভাগৰ চৰম দায়িত্বজ্ঞানহীনতা উদঙাই দিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close