অসমশীৰ্ষ

তেজপুৰৰ পৰ্যটন ক্ষেত্ৰলৈ মন্ত্ৰী চন্দন ব্ৰহ্মৰ ১০কোটি টকা ঘোষণা

নিউজ ডেস্ক, প্ৰথম খবৰ: স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেজপুৰৰ পৰ্যটন ক্ষেত্ৰলৈ আজি ১০ কোটি টকাৰ পেকেজ ঘোষণা কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই৷ পৰ্যটন ক্ষেত্ৰখন উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ স্বদেশ আঁচনিৰ জৰিয়তে এই ধনৰাশি আগবঢ়োৱাৰ কথা উল্লেখ কৰে পৰ্যটন মন্ত্ৰীগৰাকীয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close