অসমশীৰ্ষ

তেজপুৰ জিলা পুথিভৰালত ‘বিশ্ব পুথিভৰাল দিৱস’ পালন

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: আজি ‘বিশ্ব পুথিভৰাল দিৱস’। এই দিৱস উপলক্ষ্যে আজি শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু তেজপুৰ জিলা পুথিভৰালৰ সহযোগত তেজপুৰ জিলা পুথিভৰালতো পালন কৰা হয় ‘বিশ্ব পুথিভৰাল দিৱস’। তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে বন্তি প্ৰজ্বলনেৰে আৰাম্ভ কৰা আজিৰ এই দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত বিশিষ্ট শিক্ষাবিধ পুনেশ্বৰ নাথ, হেমন্ত বৰুৱা, জিলা পুথিভৰালৰ গ্ৰন্থাগাৰিককে ধৰি বিভিন্নজন লোক উপস্থিত থাকে আৰু ‘বিশ্ব পুথিভৰাল দিৱস’ৰ ওপৰত বহুমূলীয়া বিশ্লেষণ আগবঢ়ায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close