শীৰ্ষৰাষ্ট্ৰীয়

দুৰাৰোগ্য ৰোগী সকলৰ বাবে ভাৰত চৰকাৰৰ সু-সিদ্ধান্ত

নেচনেল ডেস্ক, প্ৰথম খবৰ: দেশত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা লোকসকলৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰিব এক বিশেষ আঁচনি৷ দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকসকলক সকাহ প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী জন আৰোগ্য অভিযানৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ৷ আজি দিল্লীৰ লালকিল্লাত অনুষ্ঠিত ৭২ তম স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close