অসমশীৰ্ষ

দৰঙত ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত পতি-পত্নী

প্ৰথম খবৰ, মঙ্গলদৈ: মঙ্গলবাৰে নিশা মঙলদৈৰ বইনাওজাত সংঘটিত হয় এক শোকাৱহ বাইক দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় মহেন্দ্ৰ বৰুৱা আৰু বিনিতা বৰুৱা নামৰ দুই পতি-পত্নী। উল্লেখ্য যে বঢ়িচৌকাস্থিত বাসিন্দা দুই নিহত পতি-পত্নীয়ে মঙলদৈৰ পৰা ঘৰ অভিমুখে গৈ থাকোতে সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হোৱা মটৰ চাইকেলখনৰ নম্বৰ আছিল AS-13 B-6154।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close