অসমশীৰ্ষ

নীপকোৰ গুৱাহাটীস্থিত কাৰ্যালয়ত যুৱ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নিউজ ডেস্ক, প্ৰথম খবৰ: বুধবাৰে নীপকোৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰ সমুখত উপস্থিত হৈ যুৱ কংগ্ৰেছীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। উল্লেখ্য যে নীপকোৱে এৰি দিয়া পানীয়ে গোলাঘাট জিলাত বিভীষিকাৰ সৃষ্টি কৰাত ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত যুৱ কংগ্ৰেছীয়ে আজি সাব্যস্ত কৰে এই প্ৰতিবাদ।

Related Articles

Leave a Reply

Close