অসমশীৰ্ষ

পশ্চিম কাৰ্বি আংলঙত শিক্ষা খণ্ডৰ নাভূত নাশ্ৰুত কাণ্ড, সন্ধিয়া ৬ বজালৈ উৰি থাকিল জাতীয় পতাকা

খেৰণিৰ পৰা কনক দেউৰী, প্ৰথম খবৰ: পশ্চিম কাৰ্বি আংলঙৰ খেৰণি চাৰি আলিত শিক্ষা খণ্ডৰ নাভূত নাশ্ৰুত কাণ্ড। জাতীয় পতাকাক চৰম অপমান শিক্ষা খণ্ডৰ। চচেং শিক্ষা খণ্ডৰ Block Mission Co-Ordinatorৰ কাৰ্যালয়ত সংঘটিত হৈছে এই কাণ্ড। কাৰ্যালয়ৰ একাংশৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে সন্ধিয়া ৬ বজাৰ পিছতো কাৰ্যালয়ৰ সন্মুখত ওলমি থাকিল ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ জাতীয় পতাকা। উত্তোলন কৰিলে ঠিকেই কিন্তু নিৰ্দিষ্ট সময়ত পতাকাখন নমাবলৈ আহৰি নাপালে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close