শীৰ্ষৰাষ্ট্ৰীয়

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অস্থি বিসৰ্জন সম্পন্ন

নেচনেল ডেস্ক, প্ৰথম খবৰ: আজি লক্ষ্ণৌৰ হৰিদ্বাৰস্থিত হৰ কী পৌৰীত সম্পূৰ্ণ ৰীতি-নীতিৰে বিসৰ্জন দিয়া হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অস্থি। গংগা নৈত জননেতাগৰাকীৰ অস্থি বিসৰ্জন কৰিলে তেওঁৰ জীয়াৰী নমিতা ভট্টাচাৰ্যই। এই অস্থি বিসৰ্জনৰ সময়ত এই পৰ্বত উপস্থিত থাকে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ লগতে বহুকেইজন নেতা আৰু বহুসংখ্যক লোক।

Related Articles

Leave a Reply

Close