শীৰ্ষৰাষ্ট্ৰীয়

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অস্থি বিসৰ্জন

নেচনেল ডেস্ক, প্ৰথম খবৰ: লক্ষ্ণৌৰ হৰিদ্বাৰত বিসৰ্জন দিয়া হ’ব প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অস্থি। গংগা নৈত দিবলগা জননেতাগৰাকীৰ এই অস্থি বিসৰ্জনৰ সময়ত উপস্থিত থাকিব ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকে আদি কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ এছ ৰাৱাট।

Related Articles

Leave a Reply

Close