অসমশীৰ্ষ

বকোত ৰেলৰ আগত পৰি দম্পত্তিৰ আত্মহনন

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি বকোত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা৷ বকো ৰেল ষ্টেচনৰ সমীপত ৰেলৰ আগত পৰি আত্মহনন কৰে দুই পতি-পত্নীয়ে৷ আত্মহনন কৰা পতি-পত্নীহালক বকো ত্ৰিলোচনৰ ৰন্ময় মণ্ডল আৰু পঞ্চমী বিশ্বাস বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে দুমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল দুয়ো। আত্মহননৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই৷

Related Articles

Leave a Reply

Close