শীৰ্ষৰাষ্ট্ৰীয়

বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়া পৰ্ব

নেচনেল ডেস্ক, প্ৰথম খবৰ: আজি বিয়লিৰ ভাগত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ। পুৱা ৭-৩০ বজাৰ পৰা ৮-৩০ বজালৈ এঘণ্টাৰ বাবে নিজা বাসভৱনত গুণমুগ্ধই শ্ৰদ্ধা জনোৱাৰ পিছত ৯ বজাত বি জে পিৰ মুখ্য কাৰ্যালয়ত নেতাগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হ’ব আৰু তাত ১ বজালৈ শেষ শ্ৰদ্ধাঞ্জলী জনোৱাৰ পিছত বিয়লি ৪ বজাত বিজয়ঘাটৰ সমীপত ৰাষ্ট্ৰীয় সমতা স্থলত ৰাষ্ট্ৰীয় মৰ্যদাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শেষকৃত্য সম্পন্ন হ’ব৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close