শীৰ্ষৰাষ্ট্ৰীয়

বাজপেয়ীৰ বিয়োগত ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা

নেচনেল ডেস্ক, প্ৰথম খবৰ: ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বিয়োগত ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। অসমকে ধৰি উত্তৰ-পূবৰ ৭খন ৰাজ্যই ঘোষণা কৰিছে ৰাজ্যিক বন্ধ৷ আজি ৭ ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ বন্ধ থকাৰ লগতে ২২ আগষ্টলৈ অৰ্ধনমিত কৰি ৰখা হ’ব ৰাষ্ট্ৰীয় পতাকা৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close