আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

বাণিজ্যিক বিমানৰ চালকৰ আসনত অসম কন্যা

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: অসমলৈ গৌৰৱ কঢ়িয়াই বাণিজ্যিক বিমানৰ চালকৰ আসনত বহিবলৈ সাজু গুৱাহাটীৰ বেলতলাস্থিত কন্যা অভিষ্কা বৰুৱা। উল্লেখ্য যে ২০১৫ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অধিনস্ত দৌলতৰাম মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত স্নাতক ডিগ্ৰী লাভ কৰি অভিষ্কা বৰুৱাই আমেৰিকাৰ ফ্লৰিডাত ১০ মাহ পাইলটৰ প্ৰশিক্ষণ লয় আৰু ইয়াৰ পিছত আমেৰিকা আৰু ভাৰতৰ বৈমানিকৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ লগে লগে তেখেত জেট এয়াৰৱে’জৰ বৈমানিক হোৱাটো নিশ্চিত হৈ পৰে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close