অসমশীৰ্ষ

মক্কাত অসমৰ হজযাত্ৰীৰ নামাজ পাঠ

মক্কাৰ পৰা আব্দুল হাই, প্ৰথম খবৰ: চৌদি আৰৱৰ পবিত্ৰ মক্কাৰ আজিজীয়া নামৰ চহৰত উপস্থিত হৈ “আয়শা আল ৰাজি মছজিদ”ত শুক্ৰবাৰে নামাজ পাঠ কৰিলে অসমৰ হজযাত্ৰীয়ে৷ উল্লেখ্য যে যোৱা ১৪ জুলাইৰ পৰা ২২ জুলাইলৈ গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা অসমৰ ৩৪০১ গৰাকী হজযাত্ৰী মক্কাত হজব্ৰত পালনৰ বাবে উপস্থিত হৈছিল৷ জানিব পৰা মতে অসমৰ এই হজযাত্ৰী সকল হজ পালনৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হোৱা নাই আৰু আটাইকেইজন হজযাত্ৰী বৰ্তমান নিৰাপদে আছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close