অসমশীৰ্ষ

মহানগৰীৰ পল্ট’ন বজাৰত অগ্নিকাণ্ডৰ ঘটনা

নিউজ ডেস্ক, প্ৰথম খবৰ: বুধবাৰে নিশা মহানগৰীৰ পল্টন বজাৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। মেঘদূত ছবি গৃহৰ সমীপৰ সৌৰভ সেনগুপ্তা নামৰ লোকজনৰ ঘৰত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত লোকজনৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যোৱাৰ লগতে এই জুইত ভস্মীভূত হয় বহু পৰিমাণৰ সা-সম্পত্তিও।

Related Articles

Leave a Reply

Close