অসমশীৰ্ষ

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত শোকাবহ দুৰ্ঘটনা

নিউজ ডেস্ক, প্ৰথম খবৰ: লিডু-ডিব্ৰুগড় অভিমূখী ডেম’ ট্ৰেইনৰ খুন্দাত অজি নিহত হয় এগৰাকী মহিলা। উল্লেখ্য যে মাকুম পথাৰ নিবাসী অৱন্তী কোঁৱৰ নামৰ ৫৫ বছৰীয়া মহিলা গৰাকীয়ে ৰেলত খুন্দা খোৱাৰ পিছত মহিলাগৰাকীৰ শৰীৰ কেইবাটাও খণ্ডত বিভক্ত হৈ পৰে। পূৰ্বেও উক্ত অঞ্চলত বহু কেইটা দূৰ্ঘটনা সংঘটিত হোৱাৰ কথা স্বীকাৰ স্থানীয় লোকৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close