অসমশীৰ্ষ

মৰাণৰ খোৱাং বেতনীত ভয়াৱহ পথ দুৰ্ঘটনা

প্ৰথম খবৰ, মৰাণ: মৰাণৰ খোৱাং বেতনীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এখন য়ামাহা আৰ ১৫ মটৰ চাইকেল সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰাৰ লগতে গুৰুতৰভাৱে আহত হয় দুই বাইক আৰোহী। পিছত আহত যুৱকদ্বয়ক বৰবৰুৱা সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে এ এছ ০২ ডি ৭০৪০ নম্বৰৰ ট্ৰাকখন৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা যুৱকদ্বয়ৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close