অসমশীৰ্ষ

শিক্ষয়িত্ৰী অৰ্ণমাই বৰা হত্যাকাণ্ডৰ অভিযুক্তক ফাঁচী আৰু যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

নিউজ ডেস্ক, প্ৰথম খবৰ: অৱশেষত যুমনামূখৰ শিক্ষয়ত্ৰী অৰ্ণমাই বৰা হত্যাকাণ্ডৰ চূড়ান্ত ৰায় আজি প্ৰদান কৰিলে হোজাই ছেছন আদালতে। উল্লেখ্য যে এই ঘটনাৰ লগত জড়িত দুই অভিযুক্তক ২৪ জুলাইত ফাষ্ট ট্ৰেক আদালতে দোষী সাব্যাস্ত কৰাৰ পিছত আজি অভিযুক্ত মইনুল হকক ফাঁচীৰ ৰায় আৰু আনজন অভিযুক্ত চেলিমুদ্দিনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ কথা ঘোষণা কৰে আদালতে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close