অসমশীৰ্ষ

শিলচৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলক আবদ্ধ আৰক্ষীৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এন আৰ চিৰ ওপৰত কৰা উচটনিমূলক বক্তব্যৰ পিছতে এন আৰ চিৰ বিৰোধিতাৰে অসমলৈ আহি আজি আবদ্ধ হ’ল তৃণমূল কংগ্ৰেছৰ এটা প্ৰতিনিধিৰ দল৷ উল্লেখ্য যে এন আৰ চিৰ ওপৰত বিভিন্ন দল–সংগঠন আৰু ব্যক্তিৰে আলোচনাত মিলিত হোৱাৰ উদ্দেশ্যৰে দুদিনীয়া কাৰ্যসূচীৰে অহা তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধিৰ দলটিয়ে অসমৰ শিলচৰত আহি পোৱাৰ লগে লগে বিমানবন্দৰতে আৰক্ষীয়ে আটক কৰে উক্ত প্ৰতিনিধিৰ দলটোক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close