অসমশীৰ্ষ

সহস্ৰাধিক ভক্তৰ সমাগমেৰে উদুলি মুদুলি বটদ্ৰৱা থান

নাম কীৰ্ত্তনৰ ধ্বনিেৰ মুখৰিত হ'ল অাকাশ বতাহ

প্ৰথম খবৰ, জাজৰি: অাজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২২ তম তিৰোভাৱ তিথি৷ এই তিথি উপলক্ষে আজি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা থানতো দেখা পোৱা গৈছে এক উদুলি-মুদুলি পৰিৱেশ। ভক্তিৰসেৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত৷ আজি পুৱাৰে পৰা বটদ্ৰবা থানলৈ ভক্তৰ সমাগম ঘটাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো আয়োজন কৰা হৈছে বিভিন্ন নাম প্ৰসংগৰ৷ আজিৰ এই দিনযোৰা নাম প্ৰসংগৰ অন্তত নিশালৈ বটদ্ৰবা থানত অনুষ্ঠিত হ’ব মহাপুৰুষ মাধৱদেৱৰ বিৰচিত ভাঁওনা “দধিমথন”।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close