অসমশীৰ্ষ

২০১৭ চনত নিযুক্তি দিয়া ১১ হাজাৰ ঠিকাভিত্তিত শিক্ষকৰ ম্যাদ বৃদ্ধি

নিউজ ডেস্ক, প্ৰথম খবৰ: ২০১৭ চনত নিযুক্তি লাভ কৰা ১১ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে সু-খবৰ। ৩টা পৰ্যায়ত ১১ মাহৰ বাবে নিযুক্তি দিয়া ষ্টেট পুলৰ ১১ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ ২০১৯ চনৰ ছেপ্তেম্বৰলৈকে ম্যাদ বৃদ্ধি কৰিছে শিক্ষা বিভাগে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close