অসমশীৰ্ষ

অনিল ৰাজা এজন ৪২০ মানুহ, বিজেপি-RSS মতেহে কাম কৰে অনিল ৰাজাই- ৰকিবুল হুছেইন

নিউজ ডেস্ক, প্ৰথম খবৰ: আদালত চৌহদত চিয়াহী নিক্ষেপৰ ঘটনা সন্দৰ্ভত অনিল ৰাজাই ৰকিবুল হুছেইনৰ বিৰুদ্ধে তৰা এক গোচৰৰ ভিত্তিত আজি পাণবজাৰ থানাত উপস্থিত হৈ অনিল ৰাজা এজন ৪২০ মানুহ বুলি অনিল ৰাজাক কটাক্ষ কৰে ৰকিবুল হুছেইনে৷ চৰকাৰৰ ষড়যন্ত্ৰ মতেই অনিল ৰাজাই এনেবোৰ কাম কৰা বুলি মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ৰকিবুল হুছেইনে। ইফালে ৰকিবুলক থানালৈ মাতি অনিল ৰাজাই পৈশাচিক আনন্দ লাভ কৰাৰ কথাও উল্লেখ কৰে ৰকিবুলে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close