অসমশীৰ্ষ

অসমৰ স্বৰ্ণজয়ী শ্বুটাৰ হৃদয়লৈ ৰাজ্য চৰকাৰৰ ২৫ লাখ

নিউজ ডেস্ক, প্ৰথম খবৰ: আই এচ এচ এফ ৱাৰ্ল্ড চেম্পিয়ণশ্বিপ(ISSF World Championship)ৰ শ্বুটিঙত স্বৰ্ণজয় কৰিবলৈ সক্ষম হোৱা অসমৰ ১৭ বছৰীয়া শ্বুটাৰ হৃদয় হাজৰিকালৈ বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে ২৫ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰে৷ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰে এই পুৰস্কাৰ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close