অসমশীৰ্ষ

অসম বিশ্ববিদ্যালয়ত ছাত্ৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ অধ্যাপক

নিউজ ডেস্ক, প্ৰথম খবৰ: অসম বিশ্ববিদ্যালয়ত সংঘটিত হৈছে যৌন নিৰ্যাতনৰ ঘটনা। এগৰাকী ছাত্ৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ’ল এগৰাকী অধ্যাপক। উল্লেখ্য যে দীৰ্ঘদিন ধৰি এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই আছিল নজৰুল ইছলাম বৰভূঞা নামৰ এগৰাকী আৰবী বিভাগৰ মুৰব্বী অধ্যাপকে আৰু অৱশেষত আজি আৰক্ষীৰ জালত পৰে এইগৰাকী অধ্যাপক।

Related Articles

Leave a Reply

Close