অসমশীৰ্ষ

আজি ঘোষণা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি ঘোষণা কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল৷ সোমবাৰে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত মূঠ ১৫টা পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ২৯ গৰাকীকৈ প্ৰাৰ্থীয়ে। উক্ত নিৰ্বাচনত সভাপতি আৰু উপ সভাপতি পদত ২ গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে সাধাৰণ সম্পাদক পদত ৩ গৰাকী আৰু সহকাৰী সম্পাদক পদত দুগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close