শীৰ্ষৰাষ্ট্ৰীয়

এছিয়া কাপত ভাৰতৰ হাতত ধৰাশায়ী পাকিস্তান

স্পোৰ্টচ ডেস্ক, প্ৰথম খবৰ: বুধবাৰে ডুবাইত অনুষ্ঠিত ভাৰত আৰু পাকিস্থানৰ মাজৰ এছিয়া কাপৰ হাইভল্টেজ খেলখনত ভাৰতৰ হাতত ধৰাশায়ী হয় পাকিস্থান৷ টছত জয়ী হৈ পাকিস্তানে প্ৰথমতে বেটিং আৰম্ভ কৰে যদিও ভাৰতৰ দুৰ্দান্ত বলিঙত আটাইকেইটা উইকেট হেৰুৱাই পাকিস্থানে মাত্ৰ ১৬২ ৰানহে কৰিবলৈ সক্ষম হয়৷ প্ৰত্যুত্তৰত ১৬৩ ৰানৰ লক্ষ্য আগত ৰাখি টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ ৫২ ৰান সংযোজনেৰে ২৯ অভাৰতে ৮ উইকেইট পাকিস্থানক হেৰুৱাবলৈ সক্ষম হয় ভাৰতীয় দলটোৱে৷ বুধবাৰৰ এই খেলত ভাৰতীয় দলৰ হৈ ভূবনেশ্বৰ কুমাৰ আৰু কেদাৰ যাদৱে ৩টাকৈ উইকেট লাভ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close