অসমশীৰ্ষ

এছ আই বীৰেন বৰাৰ জামিন মঞ্জুৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: অৱশেষত জামিন মঞ্জুৰ হ’ল পল্ট’ন বজাৰ থানাৰ এছ আই বীৰেন বৰাৰ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে জামিন মঞ্জুৰিৰ নিৰ্দেশ৷ আনৰ পৰা ৩০ হাজাৰকৈ টকা উৎকোচ লওঁতে পল্ট’ন বজাৰৰ হোটেলৰ পৰা হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল বীৰেন বৰা নামৰ এছ আইগৰাকী৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close