অসমশীৰ্ষ

গুৱাহাটী আই আই টি(IIT)ত ছাত্ৰীৰ আত্মহত্যা

নিউজ ডেস্ক, প্ৰথম খবৰ: গুৱাহাটী আই আই টি(IIT)ত সংঘটিত হৈছে ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা৷ জানিব পৰা মতে আত্মহত্যা কৰা ছাত্ৰীগৰাকী গুৱাহাটী আই আই টিত বি টেক্‌(B.Tech)ৰ প্ৰথম বাৰ্ষিকত অধ্যয়নৰত আছিল৷ ধনশিৰি ছাত্ৰী নিবাসত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close