অসমশীৰ্ষ

ঘোষণা হ’ল সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল

১০টা পদেই আছুৰ দখলত

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি ঘোষণা হ’ল সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচনৰ ফলাফল৷ এই নিৰ্বাচনত মূঠ ১০টা পদতে জয়লাভ কৰিলে আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে৷ ইয়াৰে সভানেত্ৰী পদত পৰিণীতা মেধিয়ে জয়লাভ কৰাৰ সমান্তৰালকৈ সাধাৰণ সম্পাদিকা পদত দীক্ষিতা গগৈ আৰু সহকাৰী সাধাৰণ সম্পাদিকা পদত জয়লাভ কৰে জুবি ডেকাই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close