অসমশীৰ্ষ

জাগীৰোডৰ মাছ বজাৰত খাদ্য সুৰক্ষা বিভাগৰ অভিযান

জব্দ ১২ খন শুকান মাছভৰ্তি ট্ৰাক

নিউজ ডেক্স, প্ৰথম খবৰ: আজি জাগীৰোডৰ শুকান মাছ বজাৰত আৰক্ষী আৰু খাদ্য সুৰক্ষা বিভাগে অভিযান চলাই জব্দ কৰে ১২ খনকৈ শুকান মাছভৰ্তি ট্ৰাক। বিষাক্ত কেমিকেলযুক্ত শুকান মাছ থকাৰ সন্দেহ প্ৰকাশ কৰিয়ে এই অভিযান চলায় খাদ্য সুৰক্ষা বিভাগৰ দলে৷ পশ্চিম বংগৰ পৰা অহা দুখন ট্ৰাকত বিষাক্ত কেমিকেলযুক্ত শুকান মাছ থকাৰ সন্দেহত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষী আৰু খাদ্য সুৰক্ষা বিভাগৰ দলে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close